অসম

কামৰূপ জিলা উপায়ুক্ত কৈলাস কাৰ্তিক কোৰোনাত আক্ৰান্ত…

asomiyapratidin
  • ৰাজ্যৰ প্ৰান্তৰ লগতে কামৰূপ জিলাতো কোৰোনাতংক।
  • কামৰূপ জিলা উপায়ুক্ত কৈলাস কাৰ্তিকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ।
  • তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পিছতেই অসুস্থ হৈ পৰে উপায়ুক্তগৰাকী।
  • বৰ্তমান হোম আইছলেচনত আছে কামৰূপ জিলাৰ উপায়ুক্তগৰাকী।