অসম

কামৰূপত বিদ্যুৎস্পষ্ট হৈ মৃত্যু এজনৰ

asomiyapratidin
  • কামৰূপত বিদ্যুৎস্পৃষ্টৰ ঘটনা।
  • বিদ্যুতৰ তাঁৰ ছিগি পথত পৰি থকাৰ বাবে এই ঘটনা।
  • পথত পৰি থকা তাঁৰত লাগি বিদ্যুত্‍স্পৃষ্ট হৈ মৃত্যু এজনৰ।
  • মৃত লোকজনৰ নাম নাৰায়ণ ডেকা।
  • পুৱা পথাৰলৈ যাওঁতে সংঘটিত হয় এই কৰুণ ঘটনা।