অসম

কামপুৰত ৰে’ল লাইনত পুৰুষৰ মৃতদেহ উদ্ধাৰ

asomiyapratidin
  • কামপুৰৰ পটিয়াপামৰ হাতীপোটা থানৰ সমীপত অঘটন।
  • ৰে'ল লাইনত এজন পুৰুষৰ মৃতদেহ উদ্ধাৰ।
  • ৰে'লৰ পৰা পৰি মৃত্যু হোৱাৰ আশংকা।
  • নিহত লোকজন বৰ্তমানেও চিনাক্ত হোৱা নাই।
  • ঘটনাস্থলীত উপস্থিত ৰে'ল আৰক্ষী।