কঠিয়াতলী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত কাফিতলীত অজগৰ উদ্ধাৰ।.কাফিতলীৰ পাপু হুছেইনৰ ঘৰত উদ্ধাৰ হয় প্ৰায় ১৪ ফুট দৈৰ্ঘ্যৰ অজগৰ ডাল।.চাৰিটাকৈ হাঁহ ভক্ষণ কৰে অজগৰ ডালে।.স্থানীয় ৰাইজে অজগৰটো ধৰি বন বিভাগৰ সহযোগত কন্দলী পাহাৰত এৰি দিয়ে।