কামপুৰ-যমুনামুখ সংযোগী পথত মূল্যৱান কাঠভৰ্তি টাটা ম'বাইল জব্দ।জব্দকৃত কাঠখিনিৰ মূল্য প্রায় ৫ লাখ টকা বুলি জানিব পৰা গৈছে।বাহনখনৰ ড্রাইভাৰ আৰু হেণ্ডিমেনক আটক কৰিছে বন বিভাগে।কাঠখিনি কঢ়িয়াই অনা গাড়ীখনৰ নম্বৰ এএছ ০২ই ৫৯০৯।