অসম

কামপুৰত ট্ৰাকৰ খুন্দাত থিতাতে নিহত এজনঃ উত্তেজিত ৰাইজে জ্বলাই দিলে ট্ৰাক…VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰ মাগুৰ গাঁও পঞ্চায়তৰ নলডুবাত পথ দুৰ্ঘটনাক লৈ তীব্ৰ উত্তেজনা। অবৈধ বালি কঢ়িওৱা ট্ৰাকৰ খুন্দাত থিতাতে নিহত চাহিদ আলম (১০)। দূৰ্ঘটনাৰ পাছতে উত্তেজিত ৰাইজে জ্বলাই দিলে ট্ৰাক খন৷

ঘটনাস্থলীলা ৰাওনা অগ্নিনিৰ্বাপক বাহিনী আৰু কামপুৰ আৰক্ষী। জুই নুমোৱাৰ চেষ্টা অগ্নিনিৰ্বাপক বাহিনীৰ। দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাক চালকৰ পলায়ন। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খনৰ নং ASN-5623