কামপুৰত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা।দক্ষিণ কামপুৰ হাইস্কুলৰ সন্মুখত সংঘটিত হৈছে দুৰ্ঘটনাতো।বাইক আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষ।থিতাতে নিহত হৈছে এজন।নিহত লোকজনৰ নাম ৰাজু আহমেদ।আনহাতে আহত গুলজাৰ হুছেইন বৰ্তমান কামপুৰ এফ আৰ ইউত চিকিৎসাধীন হৈ আছে।