- কামপুৰৰ বানৰ বিধ্বংসী ৰূপ।
- বৰপানী নৈৰ কোবাল সোতে ভাঙি নিলে কচুৱাৰ হাতীখুতিৰ মাথাউৰি ।
- মাথাউৰিটোৰ প্ৰায় ৫০ মিটাৰ খহাই নিয়ে বৰপানী নৈ কোবাল সোতে ।
- মাথাউৰিটো ভাঙি নিয়া ফলত ৬/৭ গাঁৱৰ ১০ হাজাৰ লোকৰ সংযোগ বিছিন্ন।
- বৰ্তমানলৈকে উপস্থিত হোৱা নাই প্ৰশাসনৰ লোক।