অসম

উত্তৰ গুৱাহাটীৰ নাও দুৰ্ঘটনাত সন্ধানহীন হোৱা কমল ৰজকৰ মৃতদেহ উদ্ধাৰ

asomiyapratidin
  • উত্তৰ গুৱাহাটীত নাও দুৰ্ঘটনাত সন্ধানহীন হৈ থকা কমল ৰজকৰ মৃতদেহ উদ্ধাৰ।
  • বৰপেটাৰ মণ্ডিয়া চাপৰিত উদ্ধাৰ হৈছে ৰজকৰ মৃতদেহ।
  • ৫ ছেপ্টেম্বৰত দুপৰীয়া দুৰ্ঘটনাত পতিত হৈছিল নাওখন।
  • তাৰ পিছৰ পৰাই সন্ধানহীন হৈ আছিল নাওখনত থকা কমল ৰজক।
  • যোৱা ৬দিন ধৰি সন্ধান পোৱা নাছিল যুৱকজনৰ।