ডিজিটেল ডেস্কঃ কল্পনা লাজমী এতিয়া অতীত। মুম্বাইত দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰিলে কল্পনা লাজমীয়ে। তেওঁৰ জীৱনৰ কেইটামান মুহূৰ্তৰ আলোকচিত্ৰ।
অন্তিম শয়নত কল্পনা লাজমীসুধাকণ্ঠৰ বিশ্বস্ত সংগী আছিল তেওঁ…মুম্বাইত দেওবাৰে অন্ত্যিষ্টিক্ৰিয়াৰ বাবে সাজু কৰা মুহূৰ্ততশেষ যাত্ৰাৰ পূৰ্বে অন্তিম বিদায় জনালে গুণমুগ্ধইচিকিৎসালয়ত ভৰ্তি হৈ থকা সময়ৰ এক মুহূৰ্তচিকিৎসালয়লৈ যোৱা সময়ত কল্পনা লাজমীমাতৃৰ সৈতে কল্পনা লাজমীসুধাকণ্ঠৰ সৈতে মুম্বাইৰ বাসগৃহত এক অন্তৰংগ ক্ষণত কল্পনা লাজমীসুধাকণ্ঠৰ কাষত অন্তিম ক্ষণত কল্পনাএক সুখৰ মুহূৰ্তত কল্পনা লাজমীশ্বুটিঙৰ সময়ত কল্পনা লাজমীৰ ব্যস্ততাকল্পনা, সুধাকণ্ঠৰ বিশ্বস্ত সংগী…