road accident
road accident
অসম

পথ দুৰ্ঘটনা, দুখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ...

Asomiya Pratidin
  • কলিয়াবৰৰ কাঞ্চনজুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • দুখন ট্রাকৰ মাজত মুখামুখি সংঘৰ্ষ।

  • গুৰুতৰভাৱে আহত দুয়োখন ট্রাকৰ চালক।

  • নিয়ন্ত্রণ হেৰুৱাই দুৰ্ঘটনাত পতিত ট্রাক দুখন।

  • আহত চালক দুজনক TMCHলৈ প্রেৰণ।