অসম

কলিয়াবৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল কোন কোন…

asomiyapratidin
  • কলিয়াবৰ লোকসভা সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰা মুঠ প্ৰাৰ্থীৰ সংখ্যা- ৬জন।
  • প্ৰাৰ্থীসকল হৈছে ভাস্কৰ শৰ্মা- নিৰ্দলীয়।
  • আব্দুল আলিছ- নিৰ্দলীয়।
  • জীতেন গগৈ- নিৰ্দলীয়।
  • গৌৰৱ গগৈ- কংগ্ৰেছ।
  • মণিমাধৱ মহন্ত- অগপ-বিজেপি, গণশক্তি মিত্ৰজোঁটৰ প্ৰাৰ্থী।
  • হাৰিফুল ইছলাম- জন মৰ্চা।