অসম

কলিয়াবৰৰ শাকমুঠিয়া চাহবাগিছাত হাতীৰ আক্ৰমণ

asomiyapratidin

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰৰ শাকমুঠিয়া চাহবাগিছাত বন্যহস্তীৰ আক্ৰমণ। বাগিছাখনৰ ৯ নম্বৰ লাইনত বনৰীয়া হাতীৰ আক্ৰমণত আহত হয় দুজন লোক।

বৃহস্পতিবাৰে নিশা সংঘটিত হয় আক্ৰমনৰ ঘটনা। আহত দুজন অৰুণ গৰ আৰু জিতেন গঞ্জু। আহতদ্বয়ক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।