কলিয়াবৰৰ জখলাবন্ধাত যাত্ৰাবাহী ৰে'ল অৱৰোধ।নামনিমুৱা শিলঘাট-গুৱাহাটী ৰে'ল অৱৰোধ বন্ধ সমৰ্থকৰ।তেজপুৰতো ৰাজপথত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ।আৰক্ষীয়ে আটক কৰে বন্ধ সমৰ্থকক।আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজত এ এছ টি চিৰ বাছৰ চলাচল।