অসম

বৰপেটাৰ কলগাছিয়া আৰক্ষী থানাত ভাৰপ্ৰাপ্ত বিষয়াসহ ১৯জনৰ দেহত কোভিড-১৯…

asomiyapratidin
  • বৰপেটাত আন এক কোভিড-১৯ৰ বৃহৎ সংক্ৰমণ৷
  • একেদিনাই কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসহ ১৯ গৰাকী আৰক্ষীৰ লোকৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছৰ উপস্থিতি।
  • দেওবাৰৰ দিনটোতে বৰপেটাত মুঠ ২১ আৰক্ষী কোৰোনাত আক্ৰান্ত হৈছে৷