অসম

কাজিৰঙাত পুনৰ গঁড় হত্যা…

asomiyapratidin

ডিজিটেল ডেস্কঃ কাজিৰঙাত পুনৰ গঁড় হত্যা। চোৰাং চিকাৰীয়ে হত্যা কৰি কাটি নিলে খৰ্গ। শনিবাৰে কাজিৰঙাৰ মেটকা বিলত উদ্ধাৰ হয় গঁড়টোৰ মৃতদেহ।

লগতে উদ্ধাৰ হৈছে ৩০৩ ৰাইফলৰ ছয়টাকৈ খালী কাৰ্টিজ।সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।