অসম

কাছাৰত বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ

asomiyapratidin
  • বৰাকতো বিতৰ্কিত বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ।
  • কাছাৰৰ সোণাইত অগপৰ লগতে কেইবাটাও সংগঠনৰ বিক্ষোভ কাৰ্যসূচী।
  • প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত।
  • কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰো প্ৰতিকৃতি দাহ।
  • শীঘ্ৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী প্ৰতিবাদকাৰীৰ।