অসম

জুৰীয়াৰ ভয়াৱহ অগ্নিকাণ্ড, চাওঁক VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, জুৰীয়াঃ শুকুৰবাৰে জুৰীয়াত বিদ্যুৎ বিজুতিৰ বাবে সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড। ১০ঘণ্টাৰ ভিতৰতে ৰাজ্যৰ আন দুই ঠাইত বিদ্যুতে জীৱন কাঢ়ি নিয়াৰ পাছত এইবাৰ জুৰীয়াত মৃতদূতৰ ৰূপ লয় বিদ্যুৎ বিভাগে।

উল্লেখ্য যে, নগাঁৱৰ দক্ষিণ খাটোৱালত বিদ্যুতৰ তাঁৰ ছিগি পুখুৰীত পৰি থকাৰ বাবে ৭জনকৈ লোকে প্ৰাণ হেৰুওৱাৰ খবৰ পোৱাৰ পাছতেই শক্তি মন্ত্ৰী গৈছিল তপন গগৈ ঘটনাস্থলীলৈ। মন্ত্ৰী তপন গগৈ সেই স্থান পোৱাৰ পূৰ্বেই পুনৰ বৈদ্যুতিক বিজুতি ঘটিল জুৰীয়াৰ  পামকালিয়াডঙ্গাত। চাওঁক ভিডিঅ'-