অসম

জুৰীয়াৰ বৃহস্পতিবাৰে নিশা সংঘটিত হয় অগ্নিকাণ্ড

asomiyapratidin
  • জুৰীয়াৰ বৃহস্পতিবাৰে নিশা সংঘটিত হয় অগ্নিকাণ্ড।
  • বৰালিমাৰীত নিশা অগ্নিকাণ্ডত ভস্মীভূত হ'ল এখন কাপোৰৰ দোকান।
  • বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সন্দেহ।
  • এই অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত জাহ যোৱা বুলি জানিব পৰা গৈছে।