জুৰীয়াৰ ধিঙবৰি চাপৰিত আটক দুৰ্ধৰ্ষ ডকাইত।ধৃত ডকাইতটো ইজাজুল ইছলাম ওৰফে ইজু।বগৰীগুৰিত সংঘটিত ডকাইতিকাণ্ডত জড়িত ইজু।মহিলা এগৰাকীক গুলীয়াই হত্যা কৰাৰ মূল অভিযুক্ত আছিল ইজু।ইজুক মাৰাথন জেৰা জুৰীয়া আৰক্ষীৰ ।