- মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী জোৰডাঙ্গাত আৰক্ষী-চি আৰ পি এফৰ অভিযান।
- পুৱতি নিশা প্ৰায় ৪ বজাত ড্ৰাগছ ব্যৱসায়ীৰ ঘৰত অভিযান চলাইছিল।
- অভিযানত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেট।
- ২২০০ টা WY YUBA নামৰ নিচা জাতীয় টেবলেট জব্দ কৰে অভিযান কাৰী দলটোৱে।
- গ্ৰেপ্তাৰ কৰে ড্ৰাগছ ব্যৱসায়ীৰ মনিৰুল ইছলামক।