জুনু শৰ্মা হত্যাকাণ্ডৰে জড়িত আৰু এজন ব্যক্তিক গ্ৰেপ্তাৰ আৰক্ষীৰ।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মন্টু আলী নামৰ এজন লোকক।দদৰা ইছলামপুৰত ঘৰ মন্টু আলীৰ।চাংসাৰী আৰক্ষী চকীত বৰ্তমান ৰখা হৈছে মন্টু আলীক।ইয়াৰ পূর্বেও আৰক্ষীয়ে আটক কৰিছিল ৩ জন লোকক।