অসম

যোৰহাট লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল কোন কোন…

asomiyapratidin
  • যোৰহাট লোকসভা সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰা মুঠ প্ৰাৰ্থীৰ সংখ্যা- ৮জন।
  • কনক গগৈ- চিপিআই।
  • সুশান্ত বুঢ়াগোঁহাই- কংগ্ৰেছ।
  • তপন গগৈ- বিজেপি।
  • ৰাজকুমাৰ দুৱৰা- অল ইণ্ডিয়া ফ'ৰৱাৰ্ড ব্ল'ক।
  • কমলা ৰাজকোঁৱৰ- এন পি পি।
  • ৰিবুলয়া গগৈ- এ আই টি চি।
  • অৰ্বিণ কুমাৰ বৰুৱা- আই এন ডি।
  • নন্দিতা নাগ- আই এন ডি।