অসম

জুইত জাহ গ'ল ঐতিহ্যমণ্ডিত চ'কবজাৰ, বৰ্তমানেও নিৰ্বাপণ হোৱা নাই জুই

Asomiya Pratidin
  • যোৰহাটৰ চ’ক বজাৰত বৃহস্পতিবাৰ সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড।

  • এফালৰ পৰা জুইৰ গ্রাসত পৰে সমগ্র চ’ক বজাৰ।

  • জ্বলি ছাই হ’ল ৩ শতাধিক সৰু-বৰ ব্যৱসায়িক প্রতিষ্ঠান।

  • গোলাঘাট, শিৱসাগৰৰ পৰাও অনা হ’ল অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী।

  • অইল, ONGC, মৰিয়নি, টীয়কৰ পৰাও অনা হয় বাহন।

  • বৰ্তমানেও সম্পূৰ্ণৰূপে নিৰ্বাপণ হোৱা নাই জুই।

  • বৈদ্যুতিক বিজুতিৰ ফলতে অগ্নিকাণ্ডৰ সূত্রপাত হোৱাৰ সন্দেহ।