যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি।চিকিৎসকৰ গাফিলতিত নৱজাতকৰ মৃত্যুৰ অভিযোগ।চিকিৎসা মহাবিদ্যালয়ত আৰক্ষী মোতায়েন।নৱজাতক জন্মৰ সময়ত চিকিৎসকৰ সলনি আছিল পোষ্ট গ্ৰেজুৱেট ছাত্ৰ।পোষ্ট গ্ৰেজুৱেট ছাত্ৰজনৰ নাম জ্যোতিষ বৰমুদৈ।