অসম

যোৰহাট কাণ্ডৰ লগত জড়িত আন এজনক আটক...

Asomiya Pratidin
  • যোৰহাট কাণ্ডৰ লগত জড়িত আন এজন অভিযুক্তক লামডিঙত আটক।

  • লামডিং ৰেল ষ্টেচনৰ পৰা আটক কৰে লামডিং আৰক্ষীয়ে।

  • আটক হোৱা জন যোৰহাট কণ্ডৰৰ অভিযুক্ত ৰাহুল দাস ওৰফে প্ৰাঞ্জল দাস ওৰফে ৰাজেশ চাহু ।

  • এক গোপন সুত্ৰৰ পম খেদি লামডিং আৰক্ষীয়ে আটক কৰে।

  • যোৰহাটৰ গুলীচালনাৰ ঘটনাৰে জড়িতৰ অভিযোগ।

  • শনিবাৰৰ নিশা ট্রাক ষ্টেণ্ডত হৈছিল গুলীচালনা।

  • ঘটনা সংঘটিত কৰি পলায়ন কৰিছিল ৰাহুল চাহুৱে।