অসম

ভয়ংকৰ গণ সংক্রমণৰ দিশে যোৰহাটঃ এজনৰ পৰা ১৭জনকৈ লোকৰ দেহলৈ কোৰোনাৰ সংক্ৰমণ…

asomiyapratidin
  • ভয়ংকৰ গণ সংক্রমণৰ দিশে যোৰহাট।
  • যোৰহাটৰ ৰজামৈডাম কালীস্থানত ১৭জনকৈ লোকৰ দেহত পোৱা গ'ল কোৰোনাৰ উপস্থিতি।
  • এজন পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ আহিছল লোককেইজন।
  • গৌতম ঘোষ নামৰ লোকজনৰ সংস্পৰ্শলৈ আহিছিল আটাইকেইজন।
  • লোকজনৰ নাছিল কোনো ভ্রমণ বৃত্তান্ত।