গুৱাহাটীৰ জনতা ভৱনৰ সন্মুখত প্ৰতিবাদ।ক'লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ।কটকটীয়া নিৰাপত্তাৰ মাজতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত এই প্ৰতিবাদ।ক'লা পতাকা প্ৰদৰ্শন কৰি সংগঠনটোৱে সাব্যস্ত কৰিলে প্ৰতিবাদ।