road accident
road accident road accident
অসম

তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে নিহত বাইক আৰোহী

Asomiya Pratidin
  • জোনাইৰ ৫১৫ নং ৰাষ্ট্রীয় ঘাইপথৰ নেপালী বস্তিত পথ দুৰ্ঘটনা।

  • অল্ট’ বাহনে মহটিয়াই নিলে দুখন মটৰচাইকেল।

  • মঙলবাৰে সংঘটিত হয় এই ঘটনা।

  • দুৰ্ঘটনাত থিতাতে নিহত হয় এজন বাইক আৰোহী ।

  • চাৰিজন লোক গুৰুতৰভাৱে আহত।

  • নিহত বাইক আৰোহীজন অৰুণাচলৰ প্রাস্নিছ পেৰমে বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।

  • গুৰুতৰভাৱে আহতকেইজনক চিকিৎসালয়লৈ প্রেৰণ।