অসম

চাকৰিৰ বজাৰত আৰ এছ এছ নেতাৰ ভাতৃ : মহিলাৰ পৰা লৈছে লাখে-লাখে টকা

Asomiya Pratidin
  • ৰাজ্যত আকৌ চাকৰিৰ মুকলি বজাৰ

  • চাকৰিৰ বজাৰত এইবাৰ নাম সাঙোৰ খাইছে আৰ এছ এছ নেতাৰ ভাতৃৰ

  • একাংশ মহিলাৰ পৰা লাখে-লাখে টকা লোৱাৰ অভিযোগ আৰ এছ এছ নেতাৰ ভাতৃৰ বিৰুদ্ধে

  • বৰপেটাৰ আৰ এছ এছ নেতা কৌশিক শৰ্মাৰ ভাতৃ সুৰেশ শৰ্মাই টকা লোৱাৰ অভিযোগ

  • চাকৰিৰ নামত সুৰেশ শৰ্মাই দৰ-দাম কৰাৰ ভিডিঅ' ভাইৰেল হোৱাত পোহৰলৈ আহিছে এই কথা ।