অসম

জীয়াভৰলীত অবৈধভাৱে মাছ মাৰি বন বিভাগৰ জালত ২ চোৰাং মাছুৱৈ…

asomiyapratidin
  • শোণিতপুৰত অবৈধভাৱে মাছ মৰা দুই দুৰ্বৃত্তক আটক।
  • বালিপৰাৰ নামেৰী বনাঞ্চলৰ অন্তৰ্গত জীয়াভৰলী নৈত অবৈধভাৱে মাছ মাৰিছিল আটকাধীনদ্বয়।
  • বন বিভাগে আটক কৰে লোক দুয়োকে।
  • ধৃত দুজন ক্ৰমে- সঞ্জীৱ নাৰ্জাৰী আৰু সূৰ্য বসুমতাৰী।