অসম

আজি আলফা নেতা জিতেন দত্ত আৰু মৃণাল হাজৰিকাক হাজিৰ কৰোৱা হ’ব আদালতত

asomiyapratidin
  • আজি আদালতত হাজিৰ কৰোৱা হ'ব আলফা নেতা জিতেন দত্ত আৰু মৃণাল হাজৰিকাক।
  • ১৪ দিনৰ ন্যায়িক জিম্মাৰ অন্তত হাজিৰ কৰোৱা হ'ব মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত।
  • দুয়োগৰাকী আলফা নেতাৰ জামিনৰ বাবে আদালতত দাখিল কৰা হ'ব আবেদন।
  • প্ৰৰোচনামূলক মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল জিতেন দত্ত আৰু মৃণাল হাজৰিকা।
  • গীতানগৰ থানাৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল দুয়োজন আলফা নেতা।