অসম

আজি শিল্পী জয়ন্ত হাজৰিকাৰ ৭৫ সংখ্যক জন্মদিন

asomiyapratidin

আজি শিল্পী জয়ন্ত হাজৰিকাৰ ৭৫ সংখ্যক জন্মদিন।

ওপজা দিনত ৰানা দাক স্মৰণ কৰে ৰাজ্যবাসীয়ে।

ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হয় ৰানা দাৰ স্মৰণি অনুষ্ঠান।

১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত মঙলদৈত জন্মগ্ৰহণ কৰিছিল শিল্পীগৰাকীয়ে।

মহানগৰীৰ চানমাৰি উৰণীয়া সেতুৰ তলৰ জয়ন্ত হাজৰিকা উদ্যানতো আয়োজন কৰা হয় জন্মদিনৰ অনুষ্ঠান।

অনুষ্ঠান উপস্থিত যথেষ্ট সংখ্যক লোক।

বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৰানা দাক।