অসম

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ ওদালগুৰিত এজন যুৱকৰ মৃত্যু…

asomiyapratidin
  • ৰাজ্যত বানৰ বিভাষিকাৰ মাজতে জাপানীজ এনকেফেলাইটিছ ৰোগৰ আতংক।
  • জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ ওদালগুৰিত আন এজন যুৱকৰ মৃত্যু।
  • মৃত যুৱকজন হৈছে হৰিশিঙা আৰক্ষী চকীৰ অন্তৰ্গত ৪ নং আমজুলি গাওঁৰ কৃষ্ণ বাহাদুৰ খডকা
  • তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে যুৱকজনে ।