অসম

ৰাজ্যত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ পুনৰ এজনৰ মৃত্যু

asomiyapratidin
  • ৰাজ্যত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ পুনৰ এজনৰ মৃত্যু
  • মৰিয়নীৰ হাঁহচৰাত মৃত্যু হৈছে এজন ছাত্ৰৰ।
  • মৃত ছাত্ৰজনৰ নাম বিক্ৰম জ্যোতি গগৈ।
  • যোৰহাট মিছন চিকিৎসালয়ত কিছুদিনৰে পৰা চিকিৎসাধীন হৈ আছিল ছাত্ৰজন।