অসম

অ’ শ্যাম কলিয়া নহয়, অ’ শ্যাম নৱজ্যোতি কি সুৰ বজালি তই! VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ এটি শিশু। কণমানি শিশুটিৰ মন পৰশা বাঁহী বাদনে মন মোহিছে সকলোৰে। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে সেই ভিডিঅ'। শিশুটিয়ে বাঁহীত তোলা সুৰ শুনি মন্ত্ৰমুগ্ধ হ'ব আপুনিও।

পঞ্চম শ্ৰেণীৰ এই শিশুটিৰ ঘৰ যমুনামুখত। নাম নৱজ্যোতি লস্কৰ।বিদ্যালয়ৰ ভিতৰতে শিশুটিয়ে বজোৱা এই বাঁহীৰ ভিডিঅ' এতিয়া ছ'চিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰিছে।