জালুকবাৰীৰ মুঠ ৩খন জিলা পৰিষদৰ আটাইকেইখনতে বিজেপিৰ আধিপত্য।
- ১৪ নং শৰাইঘাট জিলা পৰিষদত নয়নমণি কলিতা বিজয়ী।
- ১৩নং শুৱালকুছি জিলা পৰিষদত নন্দিতা কলিতা বিজয়ী।
- আৰু বেজেৰা জিলা পৰিষদত অনিল ৰাজ বিজয়ী।
জালুকবাৰী সমষ্টিৰ ১৫টা পঞ্চায়ত সভাপতিৰ ফলাফল-
- বিজেপি প্ৰাৰ্থীয়ে লাভ কৰিছেঃ ১৪
- কংগ্ৰেছে প্ৰাৰ্থীয়ে লাভ কৰিছেঃ ১
আঞ্চলিক পঞ্চায়তৰ সদস্যৰ সংখ্যা- ১৫
- বিজেপি প্ৰাৰ্থীয়ে লাভ কৰিছেঃ ১৩
- কংগ্ৰেছ প্ৰাৰ্থীয়ে লাভ কৰিছেঃ ২
গাঁও পঞ্চায়তৰ সদস্যৰ সংখ্যা- ১৫০
- বিজেপি প্ৰাৰ্থীয়ে লাভ কৰিছেঃ ১৩৪
- কংগ্ৰেছ প্ৰাৰ্থীয়ে লাভ কৰিছেঃ ১৫
- অগপ প্ৰাৰ্থীয়ে লাভ কৰিছেঃ ১