অসম

জাগুনৰ ব্যৱসায়িক অপহৰণ আলফা (স্বাঃ)ৰ

asomiyapratidin
  • জাগুনত আলফা (স্বাঃ)ৰ দ্বাৰা ব্যৱসায়িক অপহৰণ!
  • ব্যৱসায়ী ৰাজু খানৰ কৰ্মচাৰী বৈকুণ্ঠ সন্দিকৈক অপহৰণ।
  • সন্দেহযুক্ত আলফাৰ দ্বাৰা মঙলবাৰে তেওঁক অপহৰণ কৰা হয়।
  • এই ঘটনাৰ পিছতে সৃষ্টি হৈছে উত্তেজনাময় পৰস্থিতিৰ।