জাগীৰোডৰ ভেৰভেৰীত বিজেপি কৰ্মীৰ মৃতদেহ উদ্ধাৰ।বৃহস্পতিবাৰে পুৱা উদ্ধাৰ হয় মৃতদেহটো। পথৰ দাঁতিৰ এটা পুখুৰীত উদ্ধাৰ মৃতদেহটো। মৃত লোকজনৰ নাম সোমেশ্বৰ শইকীয়া।ঘটনাক লৈ আৰক্ষীৰ তদন্ত অব্যাহত।