জাগীৰোডত হাতীউঠাত সংঘটিত হৈছে শোকাৱহ ঘটনা।পুখুৰীত গা ধুবলৈ সলিল সমাধি ৩ কিশোৰীৰ।ঘটনাক কেন্দ্ৰ কৰি শোকাকুল পৰিৱেশৰ সৃষ্টি।মৃত কিশোৰী কেইগৰাকীন নাম পৰিস্মিতা ইংতি, মনালিছা ইংতি আৰু কিৰণ ইংতি। ৰাইজে উদ্ধাৰ কৰিছে কিশোৰী তিনিগৰাকীৰ মৃতদেহ।