অসম

বাক্সাত বনৰীয়া হাতীৰ উপদ্রৱ,আহত এজন…

asomiyapratidin
  • বাক্সাৰ মধুপুৰত বনৰীয়া হাতীৰ উপদ্রৱ ।
  • হাতীৰ আক্রমণত গুৰুতৰভাৱে আহত এজন লোক ।
  • চিকিৎসালয়ত ভৰ্তি বাহাদুৰ মগৰ নামৰ লোকজনক ।
  • হাতীৰ জাকে তহিলং কৰে কেইবাখনো তামোলৰ বাগান ।
  • বন বিভাগে বনাঞ্চললৈ খেদি পঠিয়াই হাতীৰ জাকটোক ।