- ইণ্ডিয়ান অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈৰ সাফল্য।
- ফাইনেলত ভাৰতৰ তাৰকা খেলুৱৈ কিদাম্বি শ্ৰীকান্ত।
- ইফালে মেগা প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলৰ পৰাই বিদায় পি ভি সিন্ধু আৰু পাৰুপলি কাশ্যপৰ।
- দিল্লীত অনুষ্ঠিত হ'বলগীয়া ফাইনেলত শ্ৰীকান্ত মুখামুখি হ'ব ডেনমাৰ্কৰ ভিক্টৰ এক্সেলছেনৰ।