কমনৱেলথ গেমছত ভাৰতৰ আন দুটি সাফল্য। ।জুডুত মণিপুৰৰ সুশীলা দেৱীৰ ৰূপৰ পদক অৰ্জন।৪৮ কেজি শাখাত প্রতিদ্বন্দ্বীতা কৰিছিল সুশীলা দেৱীয়ে।আনহাতে জুডুত ব্রঞ্জৰ পদক অৰ্জন বিজয় কুমাৰৰ।পুৰুষৰ ৬০ কেজি শাখাত ব্রঞ্জৰ পদক অৰ্জন।