- স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত অবৈধ মাৰনাস্ত্ৰ উদ্ধাৰ।
- সোণাৰিত উদ্ধাৰ হৈছে এই অবৈধ মাৰনাস্ত্ৰ।
- পইণ্ট ২২ পিষ্টল, বিস্ফোৰকসহ আটক হৈছে এজন।
- সোণাৰিৰ বাঁহবাৰীৰ পৰা আটক কৰা হৈছে দিগন্ত সন্দিকৈ নামৰ লোকজনক।
- সোণাৰিস্থিত সেনাবাহিনীয়ে আটক কৰি গতালে সোণাৰি আৰক্ষীক।