নগাঁৱৰ হয়বৰগাঁৱত অগ্নিদগ্ধ এগৰাকী মহিলা।সংকটজনক অৱস্থাত মহিলাগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ।নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় মহিলাগৰাকীক।স্বামী কীৰ্তন বণিকে জ্বলাই দিয়াৰ অভিযোগ মহিলাগৰাকীৰ পৰিয়ালৰ।মহিলাগৰাকীৰ নাম ছুইটি বনিকI