doomdoma murder
doomdoma murder 
অসম

পৰকীয়া প্ৰেম! গৰ্ভৱতী পত্নীক হত্যা কৰিলে স্বামীয়ে...

Asomiya Pratidin
  • দক্ষিণ কামৰূপৰ গৰৈমাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড।

  • শুকুৰবাৰে পোহৰলৈ আহে এই ঘটনা।

  • পৰকীয়া প্রেমৰ বাবে প্রাণ হেৰুৱালে মহিলা গৰাকী।

  • হত্যাৰ অভিযোগ উত্থাপন হৈছে ,মহিলা গৰাকীৰ স্বামীৰ বিৰুদ্ধে।

  • হত্যাৰ বলি হোৱা মহিলা গৰাকী গৰ্ভৱতী আছিল।

  • অভিযুক্ত আকতাৰ হুছেইনে হত্যা কৰিলে পত্নী ছাজিদা বেগমক।

  • ছাজিদাক হত্যাৰ পিছত পলায়ন কৰে আকতাৰৰ পৰিয়াল।

  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।