অসম

‘কা’ বাতিল আৰু অখিল গগৈসহ কাৰাবন্দীৰ মুক্তিৰ দাবীত উৰুকাৰ দিনাৰ পৰাই ২৪ ঘণ্টীয়া অনশন কাৰ্যসূচী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ…

asomiyapratidin
  • উৰুকাৰ দিনাই অনশনত বহিল কৃষক মুক্তি সংগ্ৰাম সমিতি।
  • 'কা' বাতিল আৰু কৃষক নেতা অখিল গগৈসহ কাৰাবন্দীসকলক মুক্তিৰ দাবীত অনশন ধৰ্মঘট কাৰ্যসচী ৰূপায়ন কৃষক মুক্তিৰ কামৰূপ জিলা সমিতিৰ।
  • মঙলবাৰে আমিনগাঁৱৰ কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অনশন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে কৃষক মুক্তিৰ জিলা সমিতিৰ সদস্যসকলে।
  • মঙলবাৰে দিনৰ ১১ বজাৰ পৰা বুধবাৰৰ দিনৰ ১১ বজালৈ ২৪ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ।
  • কেন্দ্ৰীয় সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক মুকুট ডেকাৰ নেতৃত্বত এই অনশন কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৰ সদস্য সকলে।