অসম

হোজাইত উদ্ধাৰ যুৱকৰ অৰ্ধগলিত মৃতদেহ

asomiyapratidin
  • হোজাইত উদ্ধাৰ এটা মৃতদেহ।
  • সোমবাৰে বিয়লি স্থানীয় লোকে প্ৰত্যক্ষ কৰে যুৱকৰ অৰ্ধগলিত মৃতদেহটো।
  • যুৱকজনক ডিঙি ৰেপি হত্যা কৰি পুখুৰীত পেলাই দিয়াৰ সন্দেহ কৰিছে ৰাইজে।
  • মৃতদেহৰ ডিঙিত স্পষ্ট হৈ আছে আঘাতৰ চিন।
  • জানিব পৰা হোৱা নাই মৃত যুৱকজনৰ পৰিচয়।
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।