কাজিৰঙাত ভয়ংকৰ ঘটনা।কোভিড টেষ্ট কৰিবলৈ অহা ব্যক্তিৰ বাহত বাগৰি পৰিল প্ৰকাণ্ড গছ।কঁহৰা অসামৰিক চিকিৎসালয়ত সন্মুখত ৰখাই থোৱা অৱস্থাত AS 01 Z 7202 নম্বৰৰ বাহন খনত বাগৰি পৰে গছ জোপা।জানিব পৰা মতে কোনো লোকে আহত হোৱা নাই উক্ত ঘটনাটোত।