উচ্চতৰ মাধ্যমিকৰ প্রথম বৰ্ষত নামভৰ্তিৰ নিৰ্দেশনা জাৰি।অন্বেষণ প'ৰ্টেলযোগে পঞ্জীয়নৰ অন্তিম তাৰিখ ১৫ জুলাই।শিক্ষানুষ্ঠানে দক্ষতাৰ ভিত্তিত নিৰ্বাচন কৰাৰ অন্তিম তাৰিখ ২৬ জুলাই।৩১ জুলাইত প্রকাশ পাব চূড়ান্ত নামৰ্ভতিৰ তালিকা।